← ফুৰি যাওক

সেক্ দে

xek de

অৰ্থ

1.

খোলা পাত্ৰত থৈ জুইৰ তাপত সিজা৷

to cook food (meat or other food) uncovered, esp. in an oven or exposure to direct heat.

অকৰ্মক ধাতু

2.

কোনোবাই অনিষ্ট কৰিলে তাৰ প্ৰতিদান স্বৰূপে কৰা হিংসা বা অনিষ্ট|

Harm done to another person in return for harm which he has done (to oneself or to someone else).

কৃদন্ত বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

সেক্ দে · অসমীয়া অভিধান