একল
ekala
অৰ্থ
1.
অকল; এজন মাথোন; অকলশৰ; যেনে-"তই হেন একল ক্ষত্ৰিয় অৰ্জ্জুনক যুঁজিয়া কৰিবি কিক" (বিৰাটপৰ্ব্ব)।
বিণ.
2.
এজন মাথোন; যেনে-"একলৰ অপৰাধে সমস্তকে সংহাৰিয়া শাস্ত্ৰৰ নিন্দিত মন্দ কৰ্ম্ম" (মা. ক. লঙ্কাকাণ্ড)।
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ