← ফুৰি যাওক

অধক্ষেপণ

o.dho.khye.pon

অৰ্থ

1.

পানী বা আন কোনো জুলীয়া দ্ৰৱ্যৰ তলিত গোটা পদাৰ্থবোৰ জমা হোৱা প্ৰক্ৰিয়া ৷

The phenomenon of sediment or gravel accumulating.

কৃদন্ত বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

অধক্ষেপণ · অসমীয়া অভিধান