← ফুৰি যাওক

পঞ্চোপচাৰ

pon.so`.po.sar

অৰ্থ

1.

গন্ধ, পুষ্প, ধূপ, দীপ আৰু নৈবেদ্য- এই পাঁচ উপচাৰ৷

the five materials, such as scent, flower, etc. for worshipping.

গুণবাচক বিশেষ্য

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

পঞ্চোপচাৰ · অসমীয়া অভিধান