← ফুৰি যাওক

একচ্ছত্ৰী

ekacchatrī

অৰ্থ

1.

এক ৰাজ-ছত্ৰৰ তলতীয়া; এজন অধিৰজাৰ অধীন

under one supreme ruler

বিণ.

সমাৰ্থক শব্দ

2.

বহুত দেশ বা ৰজাৰ ওপৰত সম্ৰাট বা চক্ৰবৰ্ত্তী ৰজা হোবা

rulling as an Emperor

বিণ.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ