← ফুৰি যাওক

ইনাই-বিনাই

i.nai-bi.nai

অৰ্থ

1.

বৰ বেছিকৈ কান্দি (কোনো কাম কৰ্)

(do something) weeping and crying excessively

ক্ৰিয়া বিশেষণ

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ইনাই-বিনাই · অসমীয়া অভিধান