← ফুৰি যাওক

খেঁজাল্

khe~.jal

অৰ্থ

1.

গুণ গোৱা অথবা প্ৰশংসা কৰাৰ ছলেৰে ইতিকিং কৰ্

To joke sarcastically or to insult by way of praising.

সকৰ্মক ধাতু

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

খেঁজাল্ · অসমীয়া অভিধান