এই
ei
অৰ্থ
1.
আগত বা ওচৰত থকা; যেনে-"এইটো"
this
সৰ্ব্ব.
2.
বৰ্ত্তমান; উপস্হিত; যেনে-"এই বিপদত"। . ক্ৰি. বিণ. এতিয়াই; এই মাখোন; ঠিক এতিয়া
present ; just now
সৰ্ব্ব.
3.
এইজনীয়ে; এই মানুহজনীয়ে। পু. 'ই'।
সৰ্ব্ব.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ