নিৱিষ্ট
ni.wis.to
অৰ্থ
1.
একান্তভাৱে কোনো বস্তু, কথা অথবা ভাৱত নিমগ্ন হোৱা |
deeply engrossed or absorbed.
প্ৰকৃত বিশেষণ
সমাৰ্থক শব্দ
2.
(কিহবাৰ প্ৰতি) প্ৰবল অনুৰাগ, প্ৰত্যয় বা আকৰ্ষণ থকা
ardent in attachment, loyalty, or affection (to something)
কৃদন্ত বিশেষণ
3.
ভিতৰলৈ সোমোৱা বা প্ৰৱেশ কৰা
gone into or gone inside
কৃদন্ত বিশেষণ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ