সিঞ্চন কৰ্
xin.son kor
অৰ্থ
1.
সৰু সৰু কণিকাৰ ৰূপত জুলীয়া বস্তু দলিয়াই দে
Throw liquid as a spray or in small droplets
সকৰ্মক ধাতু
2.
(শস্য বা গুটি) মাটিত গজাবৰ নিমিত্তে ছাটি মাৰি দূৰলৈ পেলা
to scatter (seed) over land for growth
সকৰ্মক ধাতু
সমাৰ্থক শব্দ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ