মূধ
mudh
অৰ্থ
1.
পৰ্ব্বত বা অন্য কোনো গাঁথনিৰ আটাইতকৈ ওখ জোঙা অংশ।
the pointed top of a mountain or any structure.
বস্তুবাচক বিশেষ্য
সমাৰ্থক শব্দ
2.
ঘৰৰ দুয়োখন চালি য’ত লগ লাগে, সেই ওখ ঠাই
A beam laid along the edge where two sloping sides of a roof meet at the top.
বস্তুবাচক বিশেষ্য
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ