← ফুৰি যাওক

ভাষান্তৰিক

bha.xan.to.rik

অৰ্থ

1.

দুজন ভিন্ন ভাষা-ভাষীৰ মাজত হোৱা কথা-বতৰা মৌখিকভাৱে ভাঙনি কৰি পৰস্পৰক বুজাই দিয়া মানুহ

A person who provides an oral translation between speakers who speak different languages.

জাতিবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ভাষান্তৰিক · অসমীয়া অভিধান