← ফুৰি যাওক

গৃহহাৰা

gri.ho.ha.ra

অৰ্থ

1.

যি নিজৰ ঘৰ হেৰুৱাইছে, অৰ্থাত্ প্ৰাকৃতিক দুৰ্যোগ বা অন্য কাৰণত যাৰ ঘৰ ধ্বংস হৈছে ৷

one who has lost his home, i.e. home has been destroyed due to natural calamity or other reasons

কৃদন্ত বিশেষণ

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

গৃহহাৰা · অসমীয়া অভিধান