← ফুৰি যাওক

বৰদোৱা

bor.do’wa

অৰ্থ

1.

নগাঁও জিলাত থকা এখন ঠাইৰ নাম, য’ত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে বাস কৰিছিল ৷

A pilgrimage of the religious head of the Baishnavas. The famous place of the Nagaon district, Assam; where Srimanta Sankardeva passed his child-hood.

সংজ্ঞাবাচক বিশেষ্য

সমাৰ্থক শব্দ

2.

এবিধ কাঁইটযুক্ত শিঙৰা বা টিঙৰাজাতীয় সৰু মাছ ৷

A kind of small fish like mystus fish.

জাতিবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

বৰদোৱা · অসমীয়া অভিধান