← ফুৰি যাওক

ত্বৰান্বিত

two.ra.nwit

অৰ্থ

1.

কম সময়তে বা মুহূৰ্ত্ততে কৰা; অতি বেগাই কৰা, চলা।

sth done or carried out in short time or immediately; acting, moving in high speed.

প্ৰকৃত বিশেষণ

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ত্বৰান্বিত · অসমীয়া অভিধান