← ফুৰি যাওক

ঊৰ্মি

ūrmi

অৰ্থ

1.

পানীৰ ঢৌ

wave

বি.

সমাৰ্থক শব্দ

2.

শোক, দুখ আদিৰ উত্তেজনা

grief; mental distress or agitation

বি.

সমাৰ্থক শব্দ

3.

কান্দোনৰ চিঞৰ; কোৰ্হাল; হাই

a loud noise or scream

বি.

সমাৰ্থক শব্দ

4.

ৰাগ আদি ৰিপু; শোক, মোহ, জৰা, মৰণ, ভোক আৰু পিয়াহ; দেহৰ ধৰ্ম্ম; যেনে-"উৰুক্ৰমপদ-ৰেণু সেবি ছয় ঊৰ্ম্মি জিনিলেক যিটো" (নামঘোষা)

one of the six passions or six human sufferings

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ