কাঢ়া
kar.ha
অৰ্থ
1.
মাত্ৰাধিক্য ভাৱে থকা বা ঘটা
existing or occurring in a high or extreme degree
প্ৰকৃত বিশেষণ
সমাৰ্থক শব্দ
2.
অসুখকৰ কঠিন অৱস্থা, যাৰ প্ৰতি সম্পূৰ্ণ বাধ্য হৈ চলিব লগা হয়
Unpleasantly tough situations which require complete obedience or exact performance
প্ৰকৃত বিশেষণ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ