← ফুৰি যাওক

কাঁচি গাখীৰ

ka~.si ga.khir

অৰ্থ

1.

অলপ দৈ মাৰি অলপ টেঙেচীয়া হোৱা গাখীৰ

slightly curdled milk

বস্তুবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কাঁচি গাখীৰ · অসমীয়া অভিধান