← ফুৰি যাওক

ঊৰ্ধ্বশ্বাস

অৰ্থ

1.

ঊদ্ফাই; ঘুমুৰ ৰোগ; শ্বাসৰোগ

asthma

বি.

সমাৰ্থক শব্দ

2.

অতিশয় পৰিশ্ৰম বা লৰ ধৰাত উধাতু হোবা

state of being out of breath from hard work or running at a great speed

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ