সংমণ্ডল
xong.mon.dol
অৰ্থ
1.
প্ৰশাসন বা কৰ আদায়ৰ সুবিধাৰ্থে ভাগ কৰা এটা ভৌগোলীক অঞ্চল
one part of an area divided for administrative or tax collection purposes.
বস্তুবাচক বিশেষ্য
2.
ভাৰতবৰ্ষৰ ৰাজ্যসমূহৰ বিভিন্ন জিলাৰ অন্তৰ্গত এক স্থানীয় ৰাজহ উপ-বিভাগ বা অঞ্চল
local revenue sub-divisions of the various districts of the states of India
জাতিবাচক বিশেষ্য
সমাৰ্থক শব্দ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ