← ফুৰি যাওক

ঠোটা-মোজা

tho`.ta-mo`.ja

অৰ্থ

1.

সৰু বা সামান্য কথাত মুখে-মুখে লগা কাজিয়া

a slight or petty oral quarrel

কৃদন্ত বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ঠোটা-মোজা · অসমীয়া অভিধান