← ফুৰি যাওক

ঊৰ্ধ্বগতি

অৰ্থ

1.

আৰোহণ; ওপৰলৈ উঠা; ঊৰ্দ্ধলে গমন; উঠন

rising upwards; ascent

সমাৰ্থক শব্দ

2.

ঊৰ্দ্ধ বা স্বৰ্গলোকলৈ যোবা; সদ্গতি; পৰকালত মঙ্গল; যেনে-"আত্মাৰ ঊৰ্দ্ধগতি"

a rise to a better state of life

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ঊৰ্ধ্বগতি · অসমীয়া অভিধান