← ফুৰি যাওকঊৰ্ধ্ব
ūrdhba
অৰ্থ
1.ওপৰ; ওপৰ দিশ
the skyward direction; the above
বি.
সমাৰ্থক শব্দ
2.ওখ ঠাই; প্ৰধান বা মান্য অবস্হা
height; a high position
বি.
সমাৰ্থক শব্দ
3.ওখ, ওপৰ
high; elevated
বিণ.
সমাৰ্থক শব্দ
4.প্ৰধান
superior
বি.
সমাৰ্থক শব্দ
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ