← ফুৰি যাওক

বটুৱা

bo.tu.wa

অৰ্থ

1.

তলত খুৰা নথকা ডাঙৰ ঘটিৰ দৰে চুটি ডিঙিৰ ঘূৰণীয়া এবিধ পিতলৰ পাত্ৰ

an round water-vessel made of brass, which has a short neck and does not have a foot to stand

বস্তুবাচক বিশেষ্য

সমাৰ্থক শব্দ

2.

কটা তামোল-পাণ লগত লৈ ফুৰিবলৈ ব্যৱহাৰ কৰা সৰু মোনা

a small bag for keeping cut-pieces of betel-nuts

বস্তুবাচক বিশেষ্য

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ