ড্ৰেগন
dre.gon
অৰ্থ
1.
চীন, তিব্বত আদিৰ লোককথাৰ এটা কাল্পনিক জন্তু৷ ইয়াৰ সাধাৰণতে দীঘল ডিঙি, নেজ, জোঙা ভয়ানক দাঁত, শক্তিশালী পাঞ্জা, উৰিব পৰা পাখি আদি থাকে৷
A mythical monster traditionally represented as a gigantic reptile having a lion`s claws, the tail of a serpent, wings, and a scaly skin.
জাতিবাচক বিশেষ্য
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ