← ফুৰি যাওক

সাজ সজ্জা

xaj xoj.ja

অৰ্থ

1.

মঞ্চৰ বা কোঠা সজোৱাৰ ধৰণ

scenery and stage embellishment, general decorative effect of a room

গুণবাচক বিশেষ্য

সমাৰ্থক শব্দ

2.

সাজ- সজ্জা

The process of decorating something

কৃদন্ত বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

সাজ সজ্জা · অসমীয়া অভিধান