বিচাৰ শক্তি
bi.sar xok.ti
অৰ্থ
1.
কোনো কথা শিকা, বুজি পোৱা আদিৰ মানসিক ক্ষমতা| যুক্তিগতভাবে বিচাৰ-বিবেচনা কৰিব পৰা, উচ্চপৰ্য্যায়ৰ কথা ভাবিব আৰু বুজি পাৱ পৰা সক্ষমতা, সৃষ্টি তথা আৱিষ্কাৰ কৰিবপৰা মানসিক শক্তি|
the mental ability or capacity to think in a rational, systematic way and understand things at a higher level, the power to create and invent
গুণবাচক বিশেষ্য
সমাৰ্থক শব্দ
2.
যথোচিত যুক্তি আৰু কাৰণ ব্যৱহাৰ কৰিব পৰা শক্তি
the state or quality of applying appropriate logic and reasoning
গুণবাচক বিশেষ্য
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ