← ফুৰি যাওক

ঊধা-মূধা

ūdhā-mūdhā

অৰ্থ

1.

আগ-গুৰি নিহলোবা বা সানমিহলি কৰা; বিশৱঙ্খল; বাচ-বিচাৰ নোহোবা; যেনে-"ঊধা-মূধা কাম"

done at random or without discrimination

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ