ৰূপান্তৰক
ru.pan.to.rok
অৰ্থ
1.
কোনো যন্ত্ৰ বা আহিলা যি কোনো বস্তুৰ আকাৰ/প্ৰকাৰ সলনি কৰিব পাৰে৷
a machine or device that changes something into a different form.
বস্তুবাচক বিশেষ্য
সমাৰ্থক শব্দ
2.
এটা স্থিতিশীল বৈদ্যুতিক আহিলা যি কম্পনাংকৰ পৰিৱৰ্তন নঘটোৱাকৈ এটা বৰ্তনীৰ পৰা আন এটা বৰ্তনীলৈ বিদ্যুৎ-চুম্বকীয় আৱেশৰ দ্বাৰা বৈদ্যুতিক শক্তিৰ স্থানান্তৰ কৰে ৷
A static electrical device that transfers electrical energy from one circuit to another circuit through electromagnetic induction without any change in frequency.
জাতিবাচক বিশেষ্য
সমাৰ্থক শব্দ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ