গোড়ামি
go`.ra.mi
অৰ্থ
1.
কোনো ধৰ্ম বা ৰীতি-নীতি আখৰে আখৰে মানি চলা৷
The habit or behavior of holding usual or accepted opinions, esp on religions, morals, etc.
গুণবাচক বিশেষ্য
2.
আনৰ ধৰ্মীয় বিশ্বাস বা মতামতক একেবাৰে সহ্য নকৰা স্বভাৱ বা প্ৰকৃতি
stubborn and complete intolerance of any creed, belief, or opinion that differs from one's own
গুণবাচক বিশেষ্য
সমাৰ্থক শব্দ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ