← ফুৰি যাওক

হজুৱা-বনুৱা

ho.ju.wa-bo.nu.wa

অৰ্থ

1.

যি ধন বা তেনে কোনো উপাৰ্জনৰ বাবে শাৰীৰিক শ্ৰম কৰে

one who does physical work for money and such other compensation

জাতিবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

হজুৱা-বনুৱা · অসমীয়া অভিধান