← ফুৰি যাওক

অত্যাচাৰী

অৰ্থ

1.

[সং. অত্যাচাৰিন্] দুষ্ট বা অন্যায় আচৰণকাৰী; ঢঁহা-মোহা

oppressive

বিণ.

2.

অত্যাচাৰ বা অনিষ্টকাৰী লোক

oppressor

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ