← ফুৰি যাওক

ভাৰত নাট্যম

bha.rot na.tyom

অৰ্থ

1.

ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ এক মূল বিভাগ৷ ভাৰত নাট্যম(ভা= ভাৱ, ৰ=ৰাগ আৰু ত=তাল) নৃত্য আৰু নাটকৰ অপূৰ্ব সংমিশ্ৰন৷

a classical dance form of India originated in Tamilnadu. It is the combination of BHA-Bhava(expression), Bh-Bhav RA-Raga and TA-Tal (rhythm).

সংজ্ঞাবাচক বিশেষ্য

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ভাৰত নাট্যম · অসমীয়া অভিধান