← ফুৰি যাওক

পৰিব্যাপ্ত

po.ri.byap.to

অৰ্থ

1.

আৱশ্যকীয় গুণ বা উপাদান ৰূপে কিহবাত থকা।

dwelling or existing something within a given entity.

প্ৰকৃত বিশেষণ

সমাৰ্থক শব্দ

2.

বহু ঠাই জুৰি বিয়পি থকা |

Extended to a very long distance.

ক্ৰিয়া বিশেষণ

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

পৰিব্যাপ্ত · অসমীয়া অভিধান