← ফুৰি যাওক

বংশমৰ্য্যাদা

bong.xo.mor.jya.da

অৰ্থ

1.

কোন পৰিয়ালৰ সদস্যসকলে সমাজৰ আন লোকৰ পৰা পোৱা সন্মান৷

the respect that members of a given family draws from other members of the community.

গুণবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

বংশমৰ্য্যাদা · অসমীয়া অভিধান