← ফুৰি যাওক

উল্লাস

ullāsa

অৰ্থ

1.

আনন্দ; আমোদ; উলাহ; ৰং

delight

বি.

2.

(পু. অ.) সক. ক্ৰি. ওপৰলৈ তোল্; থিয় কৰ্; যেনে -"কম্পাই শিৰ কেশৰ উল্লাসি। তুলিলা আছোটে ঘোৰ হাসি" (কীৰ্ত্তন)

to raise upwards

বি.

3.

থিয় হ; যেনে-"উল্লাসিয়া লোমগণ সিহঁৰিলা গাব" (কিৰাতপৰ্ব্ব)

to stand erect

অক. ধা.

4.

(পু. অ.) ধেমালি কৰ্; উৰি বা নাচি থাক্; যেনে-"বিচিত্ৰ পতাকাচয় উপৰে উল্লাসে" (কীৰ্ত্তন)

to float in the air (as flag)

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

উল্লাস · অসমীয়া অভিধান