← ফুৰি যাওক

অৱেক্ষণ কৰ

o.be.khyon kor

অৰ্থ

1.

কিবা কাম বা কোনো ব্যক্তিৰ দায়িত্ব লৈ সেই কাম বা সেই ব্যক্তিয়ে কৰা কাম ভালদৰে, সুকলমে বা সময়মতে হৈচেনে আদি নিশ্চিত কৰা৷

to be in charge of somebody or something and to ensure that everything is done properly, safely, timely etc.

সকৰ্মক ধাতু

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

অৱেক্ষণ কৰ · অসমীয়া অভিধান