← ফুৰি যাওক

গেজা মাৰ্

ge.ja mar

অৰ্থ

1.

কাৰোবাৰ মনোযোগ আকৰ্ষণ কৰিবৰ কাৰণে স্পৰ্শ কৰা বা লাহেকৈ হেচোঁক মৰা৷

To push something or someone gently, especially to push someone with your elbow to attract their attention.

সকৰ্মক ধাতু

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

গেজা মাৰ্ · অসমীয়া অভিধান