← ফুৰি যাওক

হেৰফেৰ

her.pher

অৰ্থ

1.

অস্থিৰ অথবা সলনি হ’ব পৰা গুণ

The quality of being unsteady and subject to changes.

গুণবাচক বিশেষ্য

সমাৰ্থক শব্দ

2.

তৰ্জ্জু আদিৰ এফালতকৈ আনফালৰ ভাৰৰ কম বেছ

a difference of weight on a scale between the two sides of a scale

গুণবাচক বিশেষ্য

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

হেৰফেৰ · অসমীয়া অভিধান