← ফুৰি যাওক

দৈয়ন দে

doi.yon de

অৰ্থ

1.

বিয়াৰ দিনা ৰাতিপুৱাই বিয়াঘৰত দৰা, কইনা আৰু সম্পৰ্কীয় লোকৰ মুখত দৈৰ প্ৰলেপ সান৷

to paste doiyan (a curd paste) on the face of bride, bride groom and others in the family in the early morning of the marriage day.

অকৰ্মক ধাতু

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

দৈয়ন দে · অসমীয়া অভিধান