বিয়াসবাহ
bi.ya.xo.bah
অৰ্থ
1.
চৰকাৰী বা সামাজিক কাৰ্যসূচি৷
An official ceremony or a formal social occasion.
গুণবাচক বিশেষ্য
সমাৰ্থক শব্দ
2.
কোনো বিশেষ ঘটনা বা অনুষ্ঠানৰ সময় বা কাৰণ।
Time or reason of a special event or happening.
গুণবাচক বিশেষ্য
সমাৰ্থক শব্দ
3.
বিয়া, সবাহ আদি ধৰ্মীয়, সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠানক একেলগে সাঙুৰি লোৱা৷
referring to marriage and other celebrations of religious (and cultural, social) significance together.
গুণবাচক বিশেষ্য
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ