ৰটনি
ro.to.ni
অৰ্থ
1.
সাধাৰণতে মুখে-মুখে প্ৰচাৰিত হোৱা অজান উৎসৰ পৰা ওলোৱা সত্যাসত্য নিৰূপণ নোহোৱা তথ্য বা খবৰ
A piece of unverified information of uncertain origin usually spread by word of mouth
গুণবাচক বিশেষ্য
সমাৰ্থক শব্দ
2.
লোকৰ দোষ বা দুৰ্যশ বখানি ফুৰা কাৰ্য্য
the act of speaking ill of others
কৃদন্ত বিশেষ্য
সমাৰ্থক শব্দ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ