সাহিত্যিক
xa.hi.tyik
অৰ্থ
1.
যি বৃত্তিগতভাৱে গল্প, উপন্যাস, নাটক আদি ৰচনা কৰে।
one who writes story, novel, drama etc in a professional manner.
জাতিবাচক বিশেষ্য
সমাৰ্থক শব্দ
2.
কিতাপ বা আন লিখনি অৰ্থাৎ সাহিত্য সম্পৰ্কীয়
pertaining to or of the nature of books and writings, i.e., literature
প্ৰকৃত বিশেষণ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ