← ফুৰি যাওক

উৰাই-ঘুৰাই

urāi-ghurāi

অৰ্থ

1.

বৰকৈ আৰু ঘনে ঘনে; উলটি-পালটি (মাৰ্, গালি পাৰ্, কান্দ্)

forcibly and repeatedly

ক্ৰি. বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

উৰাই-ঘুৰাই · অসমীয়া অভিধান