← ফুৰি যাওক

হৰদত্ত

ho.ro.dot.to

অৰ্থ

1.

the author of the Padamanjari , a commentary on the Kashikavritti commentary on Panini, and the Mitakshara, a commentary on Gautama's Apastamba Dharmasutra

সংজ্ঞাবাচক বিশেষ্য

2.

১৭৯৫ চনত কামৰূপৰ হৰদত্ত-বীৰদত্ত নামৰ ভাতৃদ্বয়ে আহোম ৰাজশক্তিৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিল৷ কিন্তু এই বিদ্ৰোহক আহোম সেনাপতি বৰফুকন কলীয়াভোমোৰাই দমন কৰিবলৈ সক্ষম হৈছিল৷

Two young men, Haradutta and Biradutta, during 1795ad started revolt against Ahom Kingdom and were defeted by Kaliabhomora.

সংজ্ঞাবাচক বিশেষ্য

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

হৰদত্ত · অসমীয়া অভিধান