অস্বস্তিকৰ প্ৰমাদ
os.wos.ti.kor pro.mad
অৰ্থ
1.
সামাজিক ভাবে অশোভনীয় বা অস্বীকৃত কাম কাজ, মন্তব্য আদিয়ে সৃষ্টি কৰা অস্বস্তিকৰ, আমনিদায়ক পৰিস্থিতি।
a socially unacceptable situation, action or a comment that creats embarrassment.
গুণবাচক বিশেষ্য
সমাৰ্থক শব্দ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ