← ফুৰি যাওক

একেসুৰীয়া

e.ke.xu.ri.ya

অৰ্থ

1.

পৰিবৰ্তন নোহোৱা, একেধৰণৰ আৰু সেয়ে নিৰস, আমনিকৰ বিধৰ।

without change and, therefore, boring and/or monotonous.

বিশেষণীয় বিশেষণ

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

একেসুৰীয়া · অসমীয়া অভিধান