← ফুৰি যাওক

বহন কৰ্

bo.hon kor

অৰ্থ

1.

বেদনা বা কষ্ট উলাই কৰিবলৈ চেষ্টা কৰি স্বীকাৰ কৰা

to accept the pain or discomfort by attempting to ignore it

সকৰ্মক ধাতু

সমাৰ্থক শব্দ

2.

কোনো বস্তু এঠাইৰ পৰা আন এঠাইলৈ ডাঙি নে

to move something from one place to another by lifting it

সকৰ্মক ধাতু

সমাৰ্থক শব্দ

3.

কিহবাৰ খৰচ বহন কৰিবলৈ সমৰ্থ হোৱা৷

to be able to pay for (something).

সকৰ্মক ধাতু

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

বহন কৰ্ · অসমীয়া অভিধান