← ফুৰি যাওক

মেওৱা

me.o`wa

অৰ্থ

1.

লতাজাতীয় এবিধ উদ্ভিদত উৎপন্ন হোৱা কোমোৰাৰ দৰে এবিধ ফল৷ ই কোমোৰাতকৈ কিছু সৰু আৰু ইয়াক আঞ্জা কৰি বা ভাজি খায়৷

a kind of vine that produce gourd like fruits(somthing smaller than a gourd)of the genus Passiflora. People used as a vagitable.

জাতিবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ