বিতশগুণ
bit.xo.gun
অৰ্থ
1.
বৈজ্ঞানিক নামঃ চাৰ্ক’ৰেম্ফাচ্ পাপা, ই এবিধ ডাঙৰ আকাৰৰ শগুণ ৷ ইয়াৰ পাখিৰ বৰণ সাধাৰণতে বগা আৰু নেজৰ পাখি ক’লা ৷ মূৰ আৰু ডিঙিত পাখি নাথাকে; গাৰ ছালৰ বৰণ হালধীয়া, কজলা বা ৰঙা আদি ভিন-ভিন হয় ৷ ইয়াৰ ঠোঁটত এটা হালধীয়া ৰঙৰ মাংসযুক্ত উখহা অংশ থাকে ৷
The King Vulture, Sarcoramphus papa, is a large kind of Vulture. It is mostlly white and black tail feathers. Its head and neck are bald, with the skin color varying, including yellow, purple, and red. The King Vulture has a very noticeable yellow fleshy caruncle on its beak.
জাতিবাচক বিশেষ্য
সমাৰ্থক শব্দ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ